Posts

Showing posts from April, 2020
ছাত্ৰীসকল, ১ বজাৰ লগে লগে প্ৰশ্নকাকত Group ত দিয়া হ'ব । কেৱল Answer হে লিখিবা । পৰাপক্ষত চমু উত্তৰ দিবলৈ চেষ্টা কৰিবা । ২.৩০ বজাৰ লগে লগে  উত্তৰসমূহ মোৰ Whatsapp no:- 7002630677 ত পঠিয়াবা । ২.৪০ ৰ পাছত Answer বহী গ্ৰহণ কৰা নহ'ব ।

Taj Mahal (ताज महल)

Image
                          Taj Mahal (ताज महल) One of the seven wonders of the world, the Taj Mahal, is a mausoleum built by the Mughal  Emperor Shah Jahan in the memory of his beloved wife Mumtaz Mahal. Constructed entirely of pure white marble, the mausoleum is a masterpiece of Mughal architecture.  SAH JAHAN दुनिया के सात अजूबों में से एक, ताजमहल, मुगल बादशाह शाहजहाँ द्वारा अपनी प्यारी पत्नी मुमताज महल की याद में बनाया गया मकबरा है। पूरी तरह से शुद्ध सफेद संगमरमर से निर्मित, मकबरा मुगल वास्तुकला की उत्कृष्ट कृति है। --------------------------------------------------------------------------------- The Taj Mahal is located in India at Agra, a city about 129 km south of New Delhi . The Taj Mahal is a complex of many buildings. The complex is bounded on three sides by a red sandstone wall . The river Yamuna flows on the openside, acting as a moat. ताजमहल भारत में आगरा में स्थित है, जो नई दिल्ल...

Great Wall of China (चीन की महान दीवार)

Image
               GREAT  WALL OF CHINA                                                                                               ग्रेट वॉल ऑफ चाइना   GREAT  WALL OF CHINA The Great Wall of China is one of the wonders of the world. The Great Wall is not a single wall but a series of wall built and rebuilt by different Chinese dynasties over a thousand years. The Great Wall stretches to about 6,560 km from east to west of China. It is the largest man made structure on Earth.                                                 ग्रेट वॉल ऑफ चाइना  द ग्रेट वॉल ...

Great Pyramid at Giza (गीज़ा में महान पिरामिड)

Image
                                  Great Pyramid at Giza GREAT PYRAMID AT GIZA  The only surviving wonder of the ancient world, the great pyramid, is located at Giza, which is now a part of greater Cairo, Egypt. It is the largest of the three pyramids at Giza, Necropolis . The Great Pyramid was built as a tomb for the Pharaoh Khufu.  प्राचीन दुनिया का एकमात्र जीवित आश्चर्य, महान पिरामिड, गीज़ा में स्थित है, जो अब अधिक काहिरा, मिस्र का हिस्सा है। यह गिज़ा, नेक्रोपोलिस में तीन पिरामिडों में से सबसे बड़ा है। ग्रेट पिरामिड को फिरौन खुफू के लिए एक मकबरे के रूप में बनाया गया था। --------------------------------------------------------------------------------------------------------------------------  Ancient Egyptians believed that their pharaoh was divine. He was seen as the Egyptians representative to the gods . The Egyptians buried their pharaoh in a tomb with all his ea...

মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ

Image
         মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ মহাদেশীয় বিস্থাপন সূত্ৰ মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ (Continental Drift Theory) অনুসৰি আদিতে , অৰ্থাৎ আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে (পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত) পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল । পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া (Pangaea) আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা (Panthalassa) বোলা হয় । কিছুকাল অতিক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল । ইয়াক টেথিছ সাগৰ (Tethys Sea) বোলা হয় । এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল । ইয়াৰ উত্তৰ অংশটোক আঙ্গাৰালেণ্ড (Angaraland) অথবা লৰেছিয়া (Laurasia) আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড (Gondowanaland) বোলা হয় । লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড  মধ্যজীৱীয় কল্পৰ সময়ত, অৰ্থৎ আজিৰ পৰা ২৫০ নিযুত বছৰ পূবে ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড প...

প্ৰাকৃতিক ভূগোল (part-4)

Image
                 প্ৰাকৃতিক ভূগোল (Patr 4) ১/ ওলোমা উপত্যকা িক লিখা ? উত্তৰ:- ওলোমা উপত্যকা ( HANGING VALLEY) ওলোমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা ক্ষয়জনিত অৱয়ব । মূল নদীলৈ উপনদী বৈ অহাৰ নিচিনাকৈ মূল হিমবাহলৈ কিছুমান উপহিমবাহ বৈ আহে। মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে বৃহৎ আৰু দ প্ৰকৃতিৰ হয় । সাধাৰণতে  উপহিমবাহৰ উপত্যকা সৰু আৰু তৰাং হয় । উপহিমবাহবোৰ যি স্থানত মূল হিমবাহৰ লগ লাগে তাত স্বাভাৱিক কাৰণত উপহিমবাহৰ উপত্যকাটো মূল হিমবাৰ উপত্যকাৰ ওলমি থকাৰ নিচিনা দেখি । সেইবাবে উপহিমবাহৰ উপত্যকাটোক ওলোমা উপত্যকা বোলে । ২/ গ্ৰাব কি ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? উত্তৰ:- গ্ৰাব (MORAINE) উপত্যকাৰে হিমবাহ নামি অহা সময়ত ই বৰফৰ বাহিৰে অন্য কিছুমান পদাৰ্থও কঢ়িয়াই লৈ আহে । সেইবোৰক গ্ৰাব বুলি কোৱা হয় । গ্ৰাবে ভূ-পৃষ্ঠত ব্যাপক পৰিৱৰ্তন সাধন কৰে ।         গ্ৰাব  চাৰি প্ৰকাৰৰ । সেইকেইটা হ'ল :- ক/ পাৰ্শ্ব গ্ৰাব (LATERAL MORAINE) :- উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্ৰাবক পাৰ্শ্ব গ্ৰাব বোলে । এই গ্ৰাব উপত্য...